মন মোৰ উৰি য়াই। Assamese poem/Assamese kobita

 "মন মোৰ উৰি য়াই"


মন মোৰ উৰি য়াই

পখিলা ভোমোৰাক চাই...

মন মোৰ ভাল লাগি যাই

হাবি বননিৰ ফুলক দেখি সদায় .

হেজাৰ হেজাৰ প্ৰান্তত 

আহিলো মনক ফুৰাই

নিজ জন্মভূমিৰ দৰে 

ক'তো নাপালো বিছাৰি ঠাই....॥


ডালৰ চৰাই হেজাৰ হেজাৰ মাইল 

পেতৰ ভোকত খাদ্য বিছাৰি যাই 

সন্ধিয়া নিজৰ সজালৈ আহে ওভতি সদায়..

লাখ বেয়া হলেও নিজৰ জন্মভূমিক 

নাপাহৰে কোনো জনায়

মা'ৰ মৰম মা'ৰ চেনেহৰ দৰে

সমতুল্য এই পৃথিৱীতেই নাই...


জন্ম দিয়া মাতৃ দৰে  

হৱ নোৱৰে ডাঙৰ 

এই পৃথিৱীত কোনো জনাই..

আপোন জনৰে খাই

আপোনা জনৰে বেয়া গুণ 

আনৰ আগত গাই

সেইজনাৰ দেৰে শত্ৰু আৰু 

পৃথিৱীত কোনোয়েই নাই......॥



ৰূপৰ মূল্য মাথো কিছু দিনিয়া ..

গুণৰ মূল্য জানি লৱা চিৰযুগমী্যা ...

বেয়াৰ প্ৰভাব শীঘ্ৰে চৌপাশত বিয়পি য়াই

সত্যৰ পোহৰ আকৌ লাহে লাহে হে প্ৰকাশ পাই

গছ ৰূপন কৰি গছৰ চাঁ আৰু ফলৰ ভোগ কৰিৱ

কোনো কোনো ভাগ্যবান জনেহে পাই

বহুজেন আকৌ আনৰ কস্তৰ ফলত

আনৰ ওপৰতেই ৰজা হুৱা দেখা যাই.. ॥



written by Binod Doloi


Comments

Popular posts from this blog

কবিতা ১/ তোমালৈ মনত পৰে। ২/পগলা মন / অসমীয়া কবিতা

দৈ খোৱাৰ উপকাৰিতা বিষয়ে কিছু কথা জানো আহক /Doi khuwar upakarita bisaye kisu kotha janu ahok

এটি প্ৰেমৰ বাস্তব কাহানী ...Ati premor bastab kahani /a love story

কবিতা :-০১ /ফুল ফুলে ফুলনিত/কবিতা :-০২ / অ জান ঐ নাপালোং/অসমীয়া কবিতা lyrical

হোলী /Holi /কবিতা /Assamese kobita

Ritu loga mon/Assamese kobita/ঋতু লগা মন /অসমীয়া কবিতা /

সমস্যা (অসমীয়া কবিতা )/Samaysha/Assamese poem/Assamese kobitabur

কবিতা /আমিয়েই কৰিছো স্বৰ্গক নৰক/Aamiyei karishu Sargak Narak/Assamese kobita /Assamese poems/

Premor Bikhad /Assamese poem/প্ৰেমৰ বিষাদ💔/অসমীয়া কবিতা /Assamese kabita /Assamese love peom