কবিতা ১/ তোমালৈ মনত পৰে। ২/পগলা মন / অসমীয়া কবিতা
১/কবিতা .....
.......তোমালৈ মনত পৰে.......
ৰাতিৰ আকাশৰে ৰূপালী জোনে আহি
কাণে কাণে কৈ যাই তোমাৰ কথা এটি...
শিতৰে সেমেকা বতাহ জাকে আহি
তোমাৰে সুৱাশ বিলাই দুগালতে চুমি
ভাল লাগি যাই
বুকু কপি যাই
মনত পৰি যাই
তোমাৰে কথা সঘনাই
নৈ জান জুৰিৰ দৰে
ৱৈ আছা তুমি
মনত পৰে বুকু মোৰ কপে
তোমাৰে কথা মনত
পৰি আজি সঁচাকে বুকু বিষায়...
অতিতৰে ধুনীয়া বহু ছবি
ৰসাল কৰা অতিতৰ বহু কাহানি
নাজনাকে উৰি গল কেনি
সময়ৰ ধুমুহায়ে নিলে কোন দিশে ঠেলি
আহৰি নহল ৰাখিৱ ধৰি সোণালী স্মৃতি
জীৱন সংগ্ৰাম ৰণত বিজয় বিছাৰি
নোৱৰিলো চাৱলে পিছলে ঘুৰি ...
আজি যদিও সফল পালো বিছাৰি হতত
ৰৈ দিলে জিৰণি বিছাৰি এপলক
তুমাৰ সোঁৱৰণিয়ে দুলা দি্য়ে
বৰকৈ মনৰ মাজত.......।
আজি থাকিলেও হেজাৰ দুৰণিত
যান্ত্ৰিকতাৰ মাজত চহকী দেশত
কোটি টকীয়া অট্টালিকা তলত
নোৱাৰু পাহৰিৱ কেঁচা মাটিৰ সুগন্ধক
তোমাৰ সতে পাৰ কৰা সুমধুৰ ক্ষণক
দেহা হল ভাগৰুৱা নোৱাৰু বলিৱ এতিয়া
নৈৰ পাৰে পাঢ়াশিলৰ পথ যে বহু দুৰণিয়া
নোৱাৰু বগাৱ আম কঠাল গাছত এতিয়া
সিহতে চুলেগৈ আকাশৰ হিয়া.....
সলনি হল বহু ছবি এতিয়া ......
তথাপিওঁ তোমলৈ বৰ মনত পৰে
একেলগে লুকা ভাকু খেলা .....
ধেমালিতে দৰা কইনা সজা
আৰু যে কত কি কৰা কথাই...।।।
কবিতাৰ লিখক / বিনোদ দলৈ ।
২/কবিতা
..."পগলা মন"...
পগলা পগলা মনে..
তোমাকে বিছাৰে...
চিৰদিন কাষতে
তোমাক পাবলে...
পখিলা হৈ উৰি যাম
তোমাৰে কাষ পাম
দুগালতে চুমা খাম..
কোনোৱা দুৰণি দেশলৈ ..
তোমাক লগত লৈ উৰি গুচি যাম....
হলেও তুমি কাৰুবাৰ ঘৰ'ৰ
বৰ জী্যৰি.....
লৈ আনি কৰি থম
মোৰ হিয়াৰ ৰাজকুমাৰি....
হলেও যদি তুমি সকলোৰে
আলাখৰ লাৰু জনী . .....
লৈ আনি কৰি থম
মোৰ জীৱন লগৰি.....
হাততে হাত ধৰি যাম
খোজে খোজে লৈ য়াম
মৰম বোৰ দি যাম....
সময়ৰ সুততে ৱৈ যাম
মৰমৰ মিঠা মিঠা গান
তুমি মই মিলি গাই যাম ..
পগলা পগলা মনক
বুজনি দি মৰমৰে ঘৰ সজাম ....
ৱৌৱতি নদী আৰু যে সময় ...
কোনো দিন কাৰুলে নাথাকে ৰয..
পল পল কৰি দীনবোৰ উৰিব
তুমালে মৰম দিনে দিনে ৱাঢ়িৱ
আমাৰে জীৱনত মৰমৰে পথাৰত..
সোণালী ধানৰে গজালি মেলিব...
কবিতাৰ লিখক / বিনোদ দলৈ
Comments
Post a Comment