Posts

Showing posts from April, 2024

দৈ খোৱাৰ উপকাৰিতা বিষয়ে কিছু কথা জানো আহক /Doi khuwar upakarita bisaye kisu kotha janu ahok

  * দৈ কেনেকৈ তৈয়াৰ কৰা হয়? দৈ বনাবলৈ প্ৰথমে সিজোৱা গাখীৰৰ উষ্ণতা প্ৰায় ৪০–৪৫ ডিগ্ৰী চেলছিয়াছ (১০৪–১১৩ ডিগ্ৰী ফাৰেনহাইট) হোৱালৈকে ঠাণ্ডা কৰিব লাগে। তাৰ পিছত গাখীৰত দৈ গুটি দি ভালদৰে মিহলাই লওক। এতিয়া মাটি বা প্লাষ্টিকৰ পাত্ৰত ঢাকি ৮-১০ ঘণ্টা ৰ’দত ৰাখিব। যেতিয়া ই চেট হৈ কেঁচা দৈৰ দৰে দেখা যায়, তেতিয়া আপোনাৰ দৈ সাজু হয়। ফ্ৰীজত থৈ ঠাণ্ডা কৰি পৰিবেশন কৰক। * দৈ খোৱাৰ উপকাৰিতা দৈ খালে বহু উপকাৰিতা আছে: ১) প্ৰটিনৰ উৎস*: দৈত প্ৰটিন থাকে যিটো মাংস, কণী আদিৰ সৈতে মিল থকা বুলি ধৰা হয়। ২) হজম শক্তিত সহায় কৰে: দৈত প্ৰ’বায়’টিক থাকে যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। ৩) শৰীৰলৈ কেলচিয়াম: দৈত কেলচিয়ামো থাকে যি হাড় আৰু দাঁতৰ বাবে উপকাৰী। ৪/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: প্ৰ’বায়’টিক আৰু উপকাৰী বেক্টেৰিয়াৰ বাবে দৈয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ কৰি ৰখাতো সহায় কৰিব পাৰে। ৫/ ওজন নিয়ন্ত্ৰণ*: ই ওজন নিয়ন্ত্ৰণতো সহায় কৰিব পাৰে। * এই সকলোবোৰ উপকাৰৰ সৈতে দৈ সুষমভাৱে খোৱা উচিত যাতে ইয়াৰ সুফল সম্পূৰ্ণৰূপে লাভ কৰিব পাৰে। * দৈত কোনবোৰ ভিটামিন থাকে ? দৈ'ত থকা কিছুমান প্ৰধান ভিটামিন হ’ল- ১.* ভি...

এটি প্ৰেমৰ বাস্তব কাহানী ...Ati premor bastab kahani /a love story

  এটি প্ৰেমৰ বাস্তব কাহানী ... "কুলদীপ দাসে কৰিশ্মা নাথলৈ লিখা কিছু মনৰ আৱগেৰ কথা" .... জানো আহক চোন এই মিঠা "প্ৰেমৰ বাস্তব কাহিনী" .....                       * আজিও মনত পৰে সেই "মাধৱ চৌধুৰী মহাবিদ্যালয়'ত তোমাক প্ৰথম লগপোৱা। মই তেতিয়া ডিগ্রী দ্বিতীয়া বৰ্ষত আৰু তুমি তেতিয়া কলেজত প্রথম খোজ দিছিলা। এদিন হঠাত্ শ্ৰেণীকোঠাৰ খিৰিক্ ফাকেৰে চাওঁতে তোমালৈ চকু গল । তোমাৰ ধুনীয়া চেহেৰা বতাহত নাচি উঠা ক'লা দীঘল চুলি মুখত এটি মিচিকিয়া হাঁহি লৈ লগৰী কেইজনিৰ লগত কলেজৰ বাৰাণ্ডা দি খোজ কাঢ়ি গৈ থকা দেখিলো আৰু তেতিয়াই কিৱা এটা মনত জাগি ওঠিল । কিতাপৰ ভাষাৰ শব্দক পাহৰি প্ৰেমৰ শব্দ বিচাৰি মন মোৰ শ্ৰেণী কোঠা এৰি পখিলা ভোমোৰা হৈ উৰি‍ৱ ধৰিল । পঢ়া টেবুলত কিতাপ মেলি পঢ়িৱ ললেই মনত তোমৰ কথা  ভাহিৱৰ লল । বিছাত শুৱ ললেই দুচকু মুদিলেও বাৰে বাৰে তোমাৰ ধুনীয়া ছবি খন দুচকুত দুলা দিয়া হল ।  সেই য়ে প্ৰথম দেখা তোমাৰ ধুনীয়া মুখৰ মিচিকিয়া হাঁহি । মোক পগলা কৰি গ'ল। তোমাৰ লগত চিনাকী হোৱাৰ, কথা পতাৰ , লগ ক...

কবিতা ১/ তোমালৈ মনত পৰে। ২/পগলা মন / অসমীয়া কবিতা

  ১/কবিতা ..... .......তোমালৈ মনত পৰে.......   ৰাতিৰ আকাশৰে ৰূপালী জোনে আহি  কাণে কাণে কৈ যাই তোমাৰ কথা এটি... শিতৰে সেমেকা বতাহ জাকে আহি  তোমাৰে সুৱাশ বিলাই দুগালতে চুমি ভাল লাগি যাই বুকু কপি যাই মনত পৰি যাই তোমাৰে কথা সঘনাই নৈ জান জুৰিৰ দৰে  ৱৈ আছা তুমি  মনত পৰে বুকু মোৰ কপে  তোমাৰে কথা মনত  পৰি আজি সঁচাকে বুকু বিষায়... অতিতৰে ধুনীয়া বহু ছবি  ৰসাল কৰা অতিতৰ বহু কাহানি নাজনাকে উৰি গল কেনি  সময়ৰ ধুমুহায়ে নিলে কোন দিশে ঠেলি আহৰি নহল ৰাখিৱ ধৰি সোণালী স্মৃতি জীৱন সংগ্ৰাম ৰণত বিজয় বিছাৰি নোৱৰিলো চাৱলে পিছলে ঘুৰি ... আজি যদিও সফল পালো বিছাৰি হতত ৰৈ দিলে জিৰণি বিছাৰি এপলক  তুমাৰ সোঁৱৰণিয়ে দুলা দি্য়ে  বৰকৈ মনৰ মাজত.......। আজি থাকিলেও হেজাৰ দুৰণিত  যান্ত্ৰিকতাৰ মাজত চহকী দেশত কোটি টকীয়া অট্টালিকা তলত  নোৱাৰু পাহৰিৱ কেঁচা মাটিৰ সুগন্ধক তোমাৰ সতে পাৰ কৰা সুমধুৰ ক্ষণক দেহা হল ভাগৰুৱা নোৱাৰু বলিৱ এতিয়া  নৈৰ পাৰে পাঢ়াশিলৰ পথ যে বহু দুৰণিয়া  নোৱাৰু বগাৱ আম কঠাল গাছত এতিয়া  সিহতে চুলেগৈ আকাশৰ হিয়া..... সলনি হল বহু ছ...