হোলী /Holi /কবিতা /Assamese kobita
......হোলী... .. আহিলে হোলী ৰঙৰে মেলা মতনতে বাঢ়িলে হেপাহৰ উল্লাহ তুমি মই খেলো আহা মৰমৰে ফাকু গুৰা ..... হেৰাই য়োৱা জীৱনৰ ৰং বিছাৰি য়াও ব'লা ..... বৃন্দা বনতে গোপিনীৰ মাজতে কৃষ্ণ গোসাঁইয়ে নানা ৰঙৰে সীচিলে হোলী মুক্ত আকাশতে ..... পাতিলে উৎসৱ অসমৰ ভুমিতে পাতিলে হোলীৰ মেলা ভক্ত গণে গুৰুজনাৰ জন্ম স্থান বৰদোৱাৰ বুকুতে আৰু পাতিলে বৰপেটা , মাজুলী সত্র অৰু নানা স্থান গাওঁৰ নাম ঘৰে ঘৰে ... এইয়া ৰঙালী ফাগুনৰ ৰঙৰ বতৰ প্ৰীতিৰ সম্ভাৰ আদৰাৰ বতৰ ... সানিলে ৰং দুগালতে লাগিলে ৰং দেহে মনে উৰিলে ৰং মুক্ত আকাশতে আনিলে ৰং প্ৰকৃতিয়ে নীলা আকাশৰ বুকুতে শিমলু মদাৰৰ গছৰ আগলিতে ..... ফাগুনৰে ৰং দেহত লাগি নুঠে কাৰু খং ইজনে সিজনক সানি মৰমৰ জাচঙ... বেদাভেদ নাৰাখি মিলি জুলি থাকিৱ খুজঙ জাতিৰ এনাজৰি যুগে যুগে বান্দী ৰাখঙ... এইয়াই হৈছে হোলীৰ ৰং............ কবিতাৰ লিখক / বিনোদ দলৈ