কবিতা । ছোৱালীৰ মন/ poem / Suwalir mon/ Assamese kobita
Assamese kobitabur /Name : "Suwalir Mon"
কবিতা: "ছোৱালীৰ মন"
হেৰা ভন্তি ! এপাচি শাকত এচামুচ লুনৰ
কোনো কাম নাই
এহেজাৰ জনৰ লগত প্ৰেম কৰিলে
সেই প্ৰেমৰো কোনো মুল্যয় নাই ..
তহঁত ছোৱালী বোৰ যেন পলু পুকাৰহে জাত
এজোপা গছৰ পাত খাই
আন এজোপা গছত লাহে কৈ যোৱা বগোৱাই ..
তহঁত ছোৱালীবোৰে লৈছা ভাবি
নিজকেই লাগাম নোহুৱা ঘুৰা বুলি ...
তহঁতক লগাবলে নাকত নাকি
যোৱা নাই আমাৰ দৰে ডেকাবোৰ মৰি
এ মইনা ! তহঁত যদি পাতে পাৰে
আমিওঁ ডালে ডালে....
এৰি দি্যা জাতৰ নহয়...
আমিও কাকো ইমান সহজতে ......
হোটেল'ত গৈ কিমানযে
চাওঁমিন ম'মহ খালি ,
বাইকৰ পিছত উঠি ..
কিমান যে প্ৰেট্ৰল জ্বলালি
ৰাতি ৰাতি ফো'ন-কল কৰি
বহু টুপনি খতি কৰালি
চপিংঙ মলত গৈ চপিংঙ কৰি কৰি
কিমান জনৰ পকেট খালী কৰিলি ।
ভাল ল'ৰা চাকৰি কৰা
টকা পইচা থকা
পালে চহকী ঘৰৰ ধনী ডৰা,
বহু দিনিয়া প্ৰেমিক আহি কবা
exquse me দাদা ...
নোৱাৰু পেলাব মা-দেউতাৰ কথা..
চাইছে কোনোবা দুৰনিৰ ডৰা।
poem written by :Binod Doloi
Comments
Post a Comment