Ritu loga mon/Assamese kobita/ঋতু লগা মন /অসমীয়া কবিতা /


ঋতু লগা মন

তুমি মোৰ মন আকাশৰ চিলা

মই যেন তুমাৰ ফাগুনী মলযা ।

ৰ'দালিৰ পৰশ পাই তুমি জিলিকিলা 

তাকেই দেখি মন মোৰ হল উতলা॥

ৰঙা ৰঙা পলাশ মদাৰ ফুলিলা 

দেখি দেহ মন মোৰ হল পগলা ॥


উদাং উদাং লাগে মোৰ হিয়া

চৌপাশে দেখোঁ মাথো নগ্ন হিয়া ।

নাই কুঁহিপাত ডালে ডালে 

ঘা-বন শুকালে নৈ জান জুৰিৰ পাৰে পাৰে ॥

দেহ মন  কপে প্ৰতিতো নিশাহে নিশাহে

দুৱৰিৰ চকুলো সেমেকে প্ৰতিতো প্ৰভাতে প্ৰভাতে॥



যৌবনৰ পুৱতি বেলাতে ফুলিলে  কপৌফুল 

সেউজী সাজেৰে কৰিলা মন বিয়াকূল..।

আনন্দত মাজগোল বসন্তৰ বতৰ অনুকুল

ভূপৃষ্ঠই জুৰিলে গান বাৰিষাতে পাই প্ৰাণ

শৰততে কৰো দেৱ দেবীলৈ পূজা পাৰ্বণ

উলহ মালহৰে ভৰি পাৰে সকলোৰে মন.....॥





দ্ৰব্য :  (জনাৱ কেনে পালে মোৰ কবিতাটি পঢ়ি)


লিখক :বিনোদ দলৈ 

ঠিকনা :টোপাতলি, কামৰূপ মানগৰ, অসম









 



 

Comments

Post a Comment

Popular posts from this blog

কবিতা ১/ তোমালৈ মনত পৰে। ২/পগলা মন / অসমীয়া কবিতা

দৈ খোৱাৰ উপকাৰিতা বিষয়ে কিছু কথা জানো আহক /Doi khuwar upakarita bisaye kisu kotha janu ahok

এটি প্ৰেমৰ বাস্তব কাহানী ...Ati premor bastab kahani /a love story

মন মোৰ উৰি য়াই। Assamese poem/Assamese kobita

কবিতা :-০১ /ফুল ফুলে ফুলনিত/কবিতা :-০২ / অ জান ঐ নাপালোং/অসমীয়া কবিতা lyrical

হোলী /Holi /কবিতা /Assamese kobita

সমস্যা (অসমীয়া কবিতা )/Samaysha/Assamese poem/Assamese kobitabur

কবিতা /আমিয়েই কৰিছো স্বৰ্গক নৰক/Aamiyei karishu Sargak Narak/Assamese kobita /Assamese poems/

Premor Bikhad /Assamese poem/প্ৰেমৰ বিষাদ💔/অসমীয়া কবিতা /Assamese kabita /Assamese love peom