ATI MITHA HAHI/এটি মিঠা হাঁহি /Assamese Poetry/Assamese kobita/Akhomiya kobita

 

"Ati Mitha Hahi"/Assamese poem

শীতৰে সেমেকা ৰাতি 

প্ৰভাততে শুই উঠি

দুটি চকু মুহাৰি মেলি

সিৰিকি ফাকেৰে চাই

দেখিলো তুমাৰ এটি মিঠা হাঁহি ..।


মন মুগ্ধ কৰা তুমাৰ মিচিকি হাঁহি দেখি

প্ৰচণ্ড জাৰ গল বহু দুৰ দুৰন্তত আতৰি

দেখি তুমাৰ এটি মি্ঠা হাঁহি .....।


চৌপাশ  হল ৰঙিন ৰঙিন

বাজি উঠিল সুমধুৰ গান

নাচি উঠিল দেহ মন প্ৰাণ 

দেখি তুমাৰে এটি মিঠা হাঁহি ..।



এলাহৰ মামৰে আৱৰি থকা দেহটিত 

যেন আহিল ওভতি ঐশ্বৰিক শক্তি 

বাৰহিলে মনোবল কৰিৱলে দৈনিক জীৱনলে গাতি

দেখি তুমাৰে এটি মিঠা হাঁহি ...।




কবিতাৰ লিখক :-বিনোদ দলৈ









Comments

Popular posts from this blog

কবিতা ১/ তোমালৈ মনত পৰে। ২/পগলা মন / অসমীয়া কবিতা

দৈ খোৱাৰ উপকাৰিতা বিষয়ে কিছু কথা জানো আহক /Doi khuwar upakarita bisaye kisu kotha janu ahok

এটি প্ৰেমৰ বাস্তব কাহানী ...Ati premor bastab kahani /a love story

মন মোৰ উৰি য়াই। Assamese poem/Assamese kobita

কবিতা :-০১ /ফুল ফুলে ফুলনিত/কবিতা :-০২ / অ জান ঐ নাপালোং/অসমীয়া কবিতা lyrical

হোলী /Holi /কবিতা /Assamese kobita

Ritu loga mon/Assamese kobita/ঋতু লগা মন /অসমীয়া কবিতা /

সমস্যা (অসমীয়া কবিতা )/Samaysha/Assamese poem/Assamese kobitabur

কবিতা /আমিয়েই কৰিছো স্বৰ্গক নৰক/Aamiyei karishu Sargak Narak/Assamese kobita /Assamese poems/

Premor Bikhad /Assamese poem/প্ৰেমৰ বিষাদ💔/অসমীয়া কবিতা /Assamese kabita /Assamese love peom