মন মোৰ উৰি য়াই। Assamese poem/Assamese kobita
" মন মোৰ উৰি য়াই" মন মোৰ উৰি য়াই পখিলা ভোমোৰাক চাই... মন মোৰ ভাল লাগি যাই হাবি বননিৰ ফুলক দেখি সদায় . হেজাৰ হেজাৰ প্ৰান্তত আহিলো মনক ফুৰাই নিজ জন্মভূমিৰ দৰে ক'তো নাপালো বিছাৰি ঠাই....॥ ডালৰ চৰাই হেজাৰ হেজাৰ মাইল পেতৰ ভোকত খাদ্য বিছাৰি যাই সন্ধিয়া নিজৰ সজালৈ আহে ওভতি সদায়.. লাখ বেয়া হলেও নিজৰ জন্মভূমিক নাপাহৰে কোনো জনায় মা'ৰ মৰম মা'ৰ চেনেহৰ দৰে সমতুল্য এই পৃথিৱীতেই নাই... জন্ম দিয়া মাতৃ দৰে হৱ নোৱৰে ডাঙৰ এই পৃথিৱীত কোনো জনাই.. আপোন জনৰে খাই আপোনা জনৰে বেয়া গুণ আনৰ আগত গাই সেইজনাৰ দেৰে শত্ৰু আৰু পৃথিৱীত কোনোয়েই নাই......॥ ৰূপৰ মূল্য মাথো কিছু দিনিয়া .. গুণৰ মূল্য জানি লৱা চিৰযুগমী্যা ... বেয়াৰ প্ৰভাব শীঘ্ৰে চৌপাশত বিয়পি য়াই সত্যৰ পোহৰ আকৌ লাহে লাহে হে প্ৰকাশ পাই গছ ৰূপন কৰি গছৰ চাঁ আৰু ফলৰ ভোগ কৰিৱ কোনো কোনো ভাগ্যবান জনেহে পাই বহুজেন আকৌ আনৰ কস্তৰ ফলত আনৰ ওপৰতেই ৰজা হুৱা দেখা যাই.. ॥ written by Binod Doloi